New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/EO30r-pU8AAEjEB.jpg)
- দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ প্ৰতিবাদ।
- 'কা', এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে সহস্ৰাধিক মহিলাই।
- বিগত প্ৰায় ৪ দিন ধৰি মহিলাসকলে শ্বাহীন বাগত গ্ৰহণ কৰিছে ধৰ্মঘট কাৰ্যসূচী।
- নাগৰিকত্ব সংশোধনী আইনে সংবিধানৰ ধৰ্মীয় নিৰপেক্ষতাত আঘাত হনাৰ অভিযোগ প্ৰতিবাদী মহিলাসকলৰ।