বুদগমাত বিমান ভূপতিত হৈ প্ৰাণ হেৰুওৱা উইং কামাণ্ডাৰৰ নশ্বৰ দেহ স্বগৃহলৈ

বুদগমাত বিমান ভূপতিত হৈ প্ৰাণ হেৰুওৱা উইং কামাণ্ডাৰৰ নশ্বৰ দেহ স্বগৃহলৈ
  • চণ্ডীগড়ত উপস্থিত উইং কামাণ্ডাৰ সিদ্ধাৰ্থৰ নশ্বৰ দেহ।
  • বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে চণ্ডীগড়ৰ নিজ বাসগৃহলৈ অনা হয় উইং কামাণ্ডাৰ গৰাকীৰ নশ্বৰ দেহ।
  • শ্বহীদ উইং কামাণ্ডাৰগৰাকীৰ নশ্বৰ দেশ বাসগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ।
  • শ্বহীদ বৈমানিকগৰাকীক শেষ শ্ৰদ্ধা ভাৰতীয় বায়ু সেনাৰ।
  • উল্লেখ্য, বুধবাৰে শ্ৰীনগৰৰ বুদগামত ভূপতিত হৈছিল ভাৰতীয় বায়ু সেনাৰ এমআই-১৭ ভি৫ বিমান।
  • বিমানখনৰ লগতে প্ৰাণ হেৰুৱাইছিল পাইলটজনে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in