/asomiyapratidin/media/media_files/2026/01/07/1-2026-01-07-08-21-21.jpg)
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকে অনলাইনত খাদ্য অৰ্ডাৰ দি খায় ভাল পায় । এই খাদ্য ডেলিভাৰী কৰা এপসমূহৰ ভিতৰত সকলোৰে অধিক জনপ্ৰিয় এপ হৈছে জোমাটো।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2-2026-01-07-08-19-21.jpeg)
প্ৰণিধানযোগ্য যে, এই এপৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলৰ কথা জানেনে। তেওঁক লৈ সকলোৰে এটাই প্ৰশ্ন যে প্ৰতিঘন্টাত কিমান টকা উপাৰ্জন কৰে জোমাটোৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে ? তেওঁৰ প্ৰতিমাহৰ দৰমহা কিমান?
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2026-01-07-08-19-46.jpeg)
উল্লেখ্য যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দীপিন্দৰৰ বাৰ্ষিক দৰমহা ৩.৫ কোটি টকা। দীপিন্দৰৰ প্ৰতিমাহৰ দৰমহা যদি হিচাপ কৰা যায় তেন্তে প্ৰায় ২৯,১৬,৬৬৭ টকা হ’ব। ঠিক তেনেদৰে প্ৰতিদিনৰ দৰমহা হ’ব প্ৰায় ৯৫,৮৯০ টকা। গতিকে দীপেন্দৰৰ প্ৰতিঘন্টাৰ দৰমহা প্ৰায় ৩,৯৯৫ টকা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-imag-2026-01-07-08-20-28.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us