Published on:
Updated on:
- পশ্চিমবংগত তিতলি ঘূৰ্ণি বতাহে চলাইছে তাণ্ডৱ।
- ঘূৰ্ণি বতাহৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হৈছে ৰাজ্যখনত।
- শুকুৰবাৰে নিশা খৰগপুৰত মৃত্যু হয় এজন লোকৰ।
- ঘূৰ্ণি বতাহৰ ফলত পথৰ কাষৰ এখন দেৱাল ঘৰৰ ওপৰত ভাগি পৰাৰ ফলত মৃত্যু হয় লোকজনৰ।
- ৰাজ্যখনৰ বহু ঠাইত বৰ্তমান এনেদৰে বাসগৃহ ভাগি তচনচ কৰিছে তিতলি ঘূৰ্ণি বতাহে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in