Published on:
Updated on:
- কেন্দ্ৰীয় মন্ত্ৰী দেবাশ্ৰী চৌধুৰীক ক'লা পতাকা প্ৰদৰ্শন।
- পশ্চিম বংগত মন্ত্ৰীগৰাকীক প্ৰদৰ্শন কৰা হয় ক'লা পতাকা।
- তৃণমূল কংগ্ৰেছে ক'লা পতাকা প্ৰদৰ্শন কৰি 'গ' বেক' ধ্বনী দিয়ে।
- ঘূৰ্ণী বতাহে ক্ষতি কৰা এলেকাৰ ৰাইজৰ খবৰ লবলৈ গৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
- সেই সময়তে আগচি ধৰি প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে।
- উল্লেখ্য যে, ৰাজ্যখনৰ ২৪ পশ্চিম পাৰাগানাৰ গোসাবা এলেকাত ঘূৰ্ণী বতাহে ক্ষতি কৰিছিল বহুলোকৰ।
- সেই লোকসকলৰ খবৰ লবলৈ গৈছিল দেবাশ্ৰী চৌধুৰী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in