/asomiyapratidin/media/media_files/2026/03/06/new-ap-web-11-11-24-copy-2026-03-06-12-12-25.jpg)
ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কৰে পদত্যাগ । বৃহস্পতিবাৰে ৰাজ্যপালগৰাকীয়ে পদত্যাগৰ কথা ঘোষণা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/06/whatsapp-2026-03-06-12-09-03.jpeg)
উল্লেখ্য যে, ২০২২ চনৰ ১৭ নৱেম্বৰৰ পৰা চি ভি আনন্দ বসুৱে পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰি আহিছিল ।পদত্যাগ কৰাৰ পাছতে চি ভি আনন্দ বসুৱে সংবাদ মাধ্যমক সংবোধন কৰি কয় যে- হয় মই পদত্যাগ কৰিছোঁ। মই ৩ বছৰৰো অধিক সময় পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ।
আনফালে পদত্যাগৰ পাছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পোষ্টত কৰে। তেওঁ পোষ্টটোত লিখিছে যে- নিৰ্বাচনৰ প্ৰাকক্ষণত চি ভি আনন্দ বসুৱে পদত্যাগ কৰিছে। এই পদত্যাগৰ পাছতে ৰাজ্যবাসীৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us