‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিবাদী সমদল বাহিৰ…

author-image
asomiyapratidin
New Update
‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিবাদী সমদল বাহিৰ…

  • নাগৰিকত্ব সংশোধনী আইন, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী সমদল বাহিৰ।
Advertisment
  • প্ৰতিবাদী সমদলত অংশ ল'লে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও।
  • কেইবাহাজাৰ লোকে অংশ লৈ 'কা', এনআৰচি, এনপিআৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।