New Update
/asomiyapratidin/media/media_files/2025/11/10/183-2025-11-10-10-50-52.jpg)
- লামডিঙত ছাত্র একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনা।
- নিশা লামডিঙ মহাবিদ্যালয়ৰ ছাত্র একতা নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰপিটৰ ঘটনা সংঘটিত হৈছে।
- মহাবিদ্যালয়ৰ সম্মুখতে NSUIৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী সিদ্ধাৰ্থ চক্রৱৰ্তীক আক্ৰমণ।
- চক্রৱৰ্তীক ABVPৰ সদস্যই আক্রমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
- NSUIৰ সদস্যসকলে নিশা বেনাৰ পোষ্টৰ লগোৱাৰ সময়ত ABVPৰ ছাত্ৰই মাৰপিটৰ ঘটনা সংঘটিত কৰে।
- মহাবিদ্যালখনত প্ৰায় ৬ বছৰৰ পাছত আজি ১০ নৱেম্বৰ ২০২৫ত পুনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।
- ইতিমধ্যে NSUI আৰু ABVP দুই দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।
- আহত NSUI ৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী সিদ্ধাৰ্থ চক্রৱৰ্তীক ততাতৈয়াকে অসামৰিক চিকিৎসালয়ত লৈ নিয়ে।
- ঘটনাৰ খবৰ পাই চিকিৎসালয়ত লামডিং আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us