New Update
/asomiyapratidin/media/media_files/2025/12/24/523-2025-12-24-18-21-44.jpg)
- আন্তৰ্জাতিক ক্ৰিকেটৰ লগতে ঘৰুৱা ক্ৰিকেটতো বিৰাট কোহলিৰ দপদপনি।
- বিজয় হাজাৰে ট্ৰফীৰ আৰম্ভণিতে উজলি উঠিছে দিল্লীৰ তাৰকা কোহলি।
- অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে বিৰাট কোহলিৰ দুৰ্দান্ত শতক অৰ্জন।
- লিষ্ট – এ সংস্কৰণত ১৬,০০০ ৰান সংগ্ৰহ কোহলিৰ।
- আনহাতে অৰুণাচলৰ বিৰুদ্ধে উজলি উঠে যুৱ বেটাৰ বৈভৱ সূৰ্যবংশী।
- ১৪ বছৰীয়া বৈভৱে ৮৪টা বলত ১৯০ ৰানৰ দৰ্শনীয় ইনিংছ খেলে ঘৰুৱা ক্ৰিকেট বিজয় হাজাৰেত।
- ইফালে বৰোডাৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিছে অসম দলে।
- বিদৰ্ভৰ বিৰুদ্ধে বিজয় সাৱ্যস্ত বেংগলৰ।
- উৰিষ্যাৰ বিৰুদ্ধে সৌৰাষ্ট্ৰৰ ৫উইকেটত জয়লাভ।
- মধ্যপ্ৰদেশৰ হাতত পৰাজয়বৰণ কৰিছে ৰাজস্থানে।
- চণ্ডীগড়ৰ বিপক্ষে ১০ উইকেটত জয়ী জম্মু- কাশ্মীৰৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us