সংগীতজ্ঞ, গীতিকাৰ, বিশিষ্ট কন্ঠশিল্পী চৈয়দ ছাদুল্লাৰ দেহাৱসান...

সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী তথা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ অনুষ্ঠান উপস্থাপক চৈয়দ ছাদুল্লা আৰু নাই। ৩০অক্টোবৰ, ২০২৫ৰ পুৱা ১০.৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে ছাদুল্লাই।

author-image
Asomiya Pratidin
New Update
fffffff
  • সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী তথা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ অনুষ্ঠান উপস্থাপক চৈয়দ ছাদুল্লা আৰু নাই।
  • ৩০অক্টোবৰ, ২০২৫ৰ পুৱা ১০.৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে ছাদুল্লাই।
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী।
  •  কিছু দিন ধৰি শাৰীৰিক অসুস্থতাৰ পাছতে তেওঁক ভৰ্তি কৰা হৈছিল জি এম চি এইচত।
  • উল্লেখ কৰা প্ৰয়োজন যে,  ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত তেওঁ জন্মগ্ৰহণ কৰিছিল তেওঁ। 
  • আত্মাস্পৰ্শী কণ্ঠ আৰু ৰাজ্যৰ সংগীত ঐতিহ্যলৈ দশক দশক ধৰি আগবঢ়োৱা অৱদানৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীয়েও এচিভাৰ মিউজিক এৱাৰ্ডেৰে সন্মানিত কৰিছিল শিল্পীগৰাকীক।

গুৱাহাটী