'চৰকাৰে নোৱাৰিলে বীৰ লাচিত সেনাই বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব'

কংগ্ৰেছ দলক প্ৰত্যাহ্বান বীৰ লাচিত সেনাৰ।  বীৰ লাচিত সেনাই সংবাদমেল সম্বোধন কৰি তীব্ৰ সমালোচনা কৰে কংগ্ৰেছক। ‘কংগ্ৰেছৰ দিনত বাংলাদেশত থকা লোকে লখিমপুৰত কেনেকৈ ম্যাদী পট্টা পালে সেয়া ৰহস্যজনক’

author-image
Asomiya Pratidin
New Update
LACHITSENANANANA
  • কংগ্ৰেছ দলক প্ৰত্যাহ্বান বীৰ লাচিত সেনাৰ। 
  • বীৰ লাচিত সেনাই সংবাদমেল সম্বোধন কৰি তীব্ৰ সমালোচনা কৰে কংগ্ৰেছক।
  • ‘কংগ্ৰেছৰ দিনত বাংলাদেশত থকা লোকে লখিমপুৰত কেনেকৈ ম্যাদী পট্টা পালে সেয়া ৰহস্যজনক’
  • বাংলাদেশী মূলৰ মহিলাই কংগ্ৰেছৰ পৰা ৱাৰ্ড মেম্বাৰৰ দৰে আসন লাভ কৰা বিষয়টো তথ্য সহকাৰে দাঙি ধৰে সংগঠনটোৰ মুখ্য সচিবগৰাকীয়ে।
  • বীৰ লাচিত সেনাই কাৰো এজেণ্ট হিচাপে কাম নকৰে বুলিও স্পষ্ট কৰি দিয়ে সংবাদমেলত।
  • চৰকাৰে নোৱাৰিলে বীৰ লাচিত সেনাই বাংলাদেশীৰ বিৰুদ্ধে নিজাকৈ ব্যবস্থা ল’ব বুলিও হুংকাৰ সংগঠনটোৰ।
বীৰ লাচিত সেনা