বনতাৰা’ৰ প্ৰতিষ্ঠাপক অনন্ত আম্বানীলৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

বনতাৰাৰ উদ্দেশ্য জীৱ-জন্তুক মৰ্যাদা, যত্ন আৰু আশা প্ৰদান কৰা। সকলো প্ৰাণীৰে মংগল সাধন হোৱা আমাৰ লক্ষ্য।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বনতাৰাৰ প্ৰতিষ্ঠাপক অনন্ত আম্বানীয়ে লাভ কৰিলে বিশেষ বঁটা। অনন্ত আম্বানীয়ে American Humane Societyৰ ফালৰ পৰা লাভ কৰে Global Humanitarian বঁটা। এই বটাঁ 
পশু কল্যাণৰ বাবে লাভ কৰিছে আম্বানীয়ে। ইপিনে বটাঁ লাভৰ পাছত আনন্দিত হৈ পৰিছে আম্বানী।

c30ad242-39ea-493d-aeed-40f02e674069

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। ইপিনে আম্বানী এই বঁটা লাভ কৰা আটাইতকৈ কনিষ্ঠ আৰু প্ৰথমগৰাকী এছিয়ান বুলি সংস্থাটোৱে প্ৰকাশ কৰে।  

2d3dae98-16af-4481-a9c9-54065184902e

প্ৰণিধানযোগ্য যে,আম্বানীয়ে বটাঁ লাভৰ পাছত মন্তব্য কৰিছে যে- বনতাৰাৰ উদ্দেশ্য জীৱ-জন্তুক ‘মৰ্যাদা, যত্ন আৰু আশা’ প্ৰদান কৰা। সকলো প্ৰাণীৰে মংগল সাধন হোৱা আমাৰ লক্ষ্য। এনেদৰে কোৱা পৰিলক্ষিত হয়।

অনন্ত আম্বানী বনতাৰা