/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b5db8e40-3074-4daf-91a9-49b1c6f83658/uttarakhand1.jpg)
Uttrakhand avalanche
উত্তৰাখণ্ডৰ হিমস্খলনস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।
সেনাৰ অভিযানত বৰ্তমানলৈকে উদ্ধাৰ হৈছে ১৬টা মৃতদেহ।
উদ্ধাৰ কৰা হৈছে ২গৰাকী প্রশিক্ষক আৰু ১৪গৰাকী প্রশিক্ষাৰ্থী।
এতিয়াও সন্ধান ওলোৱা নাই গুৱাহাটীৰ দীপশিখা হাজৰিকাৰ।
উত্তৰ কাশী জিলাত সংঘটিত হৈছিল হিমস্খলনৰ ঘটনা ।
২৯ জনীয়া পৰ্বতাৰোহীৰ এটা দল আৱদ্ধ হৈছিল বৰফৰ মাজত।