Published on:
Updated on:
- মাজবাটত আৰক্ষীৰ অভিযান
- অভিযানত হস্তনিৰ্মিত অস্ত্ৰৰ কাৰখানা উৎখাত
- নিশা প্ৰায় ২ বজাত মাজবাটৰ ধুনশিৰি চাহ বাগিচাৰ ১০ নম্বৰ বস্তিত অভিযান
- বেঞ্জামিন মুৰ্মু নামৰ লোক এজনৰ বাসগৃহত এই অভিযান
- অভিযানত উদ্ধাৰ হয় ৩ টা হস্তনিৰ্মিত পিষ্টল, ৩ ডাল লোৰ পাইপ, এটা হাতেৰে চলোৱা বায়ু যন্ত্ৰসহ বহু যন্ত্ৰ
- লোকজনৰ পাকঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে সামগ্ৰীসমূহ
- অভিযানত আৰক্ষীয়ে আটক কৰে বেঞ্জামিন মুৰ্মুক(৩৫)
- ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ
Code:
Asomiya Pratidin
www.asomiyapratidin.in