ঘোষণা হ’ল UPSC ২০২৫ৰ সংযুক্ত পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল UPSC ২০২৫ৰ সংযুক্ত পৰীক্ষাৰ ফলাফল। মুঠ ৯৫৮ গৰাকী প্রাৰ্থী উত্তীৰ্ণ বিভিন্ন সেৱাৰ বাবে। দেশৰ ভিতৰত শীৰ্ষস্থানত জিলিকিল অনুজ অগ্নিহোত্ৰী।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-06 at 15.33.00
  • ঘোষণা হ’ল UPSC ২০২৫ৰ সংযুক্ত পৰীক্ষাৰ ফলাফল
  • মুঠ ৯৫৮ গৰাকী প্রাৰ্থী উত্তীৰ্ণ বিভিন্ন সেৱাৰ বাবে
  • দেশৰ ভিতৰত শীৰ্ষস্থানত জিলিকিল অনুজ অগ্নিহোত্ৰী
  • দ্বিতীয় স্থানত ৰাজেশ্বৰী শোভে এম
  • তৃতীয় স্থানত আকাংক্ষা ধূল 
  • অসমৰ কেইবাগৰাকীও প্রাৰ্থী উত্তীৰ্ণ UPSC ২০২৫ৰ পৰীক্ষাত
  • ১৮৭ নম্বৰ স্থানত অভিজ্ঞান খাউণ্ড
  • ৫৭০সংখ্যক স্থানত অসমৰ অভিজ্ঞান জ্যোতি বৰা
  • ৭৭৭ সংখ্যক স্থানত ভাস্বত শইকীয়া

WhatsApp Image 2026-03-06 at 15.30.41

ঘোষণা হ’ল UPSC ২০২৫ৰ সংযুক্ত পৰীক্ষাৰ ফলাফল