Published on:
Updated on:
- বিপিএফৰ দুগৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে যোগদান কৰিলে UPPLত।
- তেওঁলোক হৈছে অমৰ বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী।
- প্ৰমো বড়োৱে ফটো সহ ছচিয়েল মিডিয়াযোগে সদৰি কৰিলে এই খবৰ।
- ইফালে আন দুগৰাকী বি পি এফৰ পাৰিষদেও UPPLত যোগদান কৰিব বুলি চৰ্চা চলিছে।
- তেওঁলোক হৈছে প্ৰভাত বসুমতাৰী আৰু দৰঙাজুলি সমষ্টিৰ বিপিএফৰ MCLA বিজিত গৌৰা নাৰ্জাৰী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in