বৰেণ্য পণ্ডিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ ইহলীলা সম্বৰণ

বৰেণ্য পণ্ডিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ ইহলীলা সম্বৰণ

author-image
Asomiya Pratidin
New Update
বৰেণ্য পণ্ডিত সাহিত্যাচাৰ্য উপেন্দ্ৰনাথ শৰ্মাৰ ইহলীলা সম্বৰণ

ডিজিটেল সংবাদ গুৱাহাটীঃ ভাষা-সাহিত্যৰ বৰেণ্য পণ্ডিত, কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰনাথ শৰ্মাৰ দেহাৱসান। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় সাহিত্যিক গৰাকীৰ।

Advertisment

কিছু দিন পূৰ্বে সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছিল শৰ্মাক। আজি খন্তেক সময় পূৰ্বে ৯৪ বছৰ বয়সত ইহসংসাৰ ত্যাগ কৰে শৰ্মাই। উল্লেখ্য যে প্ৰসিদ্ধ সাহিত্যিক সমালোচকগৰাকীৰ মৃত্যুত গুণমুগ্ধসকলৰ লগতে দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

Also Read: লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন

upendranath sarma