কোন, ক’ত, কিমান আসন পাইছে updates

  • জাজৰী পঞ্চায়ত বিজেপিৰ , গৰাজান বিজেপি , দগাঁও ধিঙ কংগ্ৰেছৰ দখলত , টুকটুকী এ আই ইউ ডি এফৰ দখলত ।
  • লেহেমিয়া গতিত কলিয়াবৰৰ ভোট গণনা। তৃতীয় ৰাউণ্ডহে সম্পূৰ্ণ ।
  • বৰ্তমানৰলৈকে ফলাফল ঘোষিত হোৱা নাই ।
  • কুঠৰি পঞ্চায়তত কংগ্ৰেছ । ৰহঢলাত বিজেপি । কঠালগুৰিত অগপ ।
  • বৰঘূলিত কংগ্ৰেছৰ বিজয়ৰ হাঁহি ।
  • ৬০০কৰ্মচাৰীয়ে চলাই আছে গণনা ।
  • বৰছলা সমষ্টিৰ বিহগুৰি জিলা পৰিষদৰ অধীনৰ বাঁহবাৰী গাওঁ পঞ্চায়তত ৯ টা ৱাৰ্ডতে বিজেপিৰ প্ৰাৰ্থী জয়ী ।
  • এটা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী।
  • আনহাতে বৰছলা সমষ্টিৰ ডুমডুমা জিলা পৰিষদৰ নতুন পাম গাওঁ পঞ্চায়তত ৫ টা ৱাৰ্ডত বিজেপিৰ ৱাৰ্ড মেম্বাৰ জয়ী ।
  • ৪ টা ৱাৰ্ডত কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ
  • আৰু এটা ৱাৰ্ডত অগপৰ ৱাৰ্ড মেম্বাৰ জয়ী।
  • ঢেকিয়াজুলি সমষ্টিৰ পাণবাৰী জিলা পৰিষদৰ অধীনৰ পাণবাৰী গাওঁ পঞ্চায়তত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী হেমন্তী তাঁতি বিজয়ী ।
  • পাণবাৰী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বিজেপি প্ৰাৰ্থী শিৱচৰণ চাহু বিজয়ী ।
  • লগতে ঢেকিয়াজুলি সমষ্টিৰ অমিয়পুৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী চানিকা গুৰিয়াই অগ্ৰগতি লাভ কৰি আছে।
  • ঢেকিয়াজুলি সমষ্টিৰ অমিয়পুৰ জিলা পৰিষদ অধীনৰ অমিয়পুৰ গাওঁ পঞ্চায়তত সভাপতি পদত বিজেপিৰ প্ৰাৰ্থী জুলন নাথ জয়ী।
  • অমিয়পুৰ গাওঁ পঞ্চায়তত ৬ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী জয়ী।
  • ৩ টা ৱাৰ্ড ত অগপৰ প্ৰাৰ্থী জয়ী আৰু এটা ৱাৰ্ড ত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী।
  • অমিয়পুৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপিৰ প্ৰাৰ্থী টুংকুলী মণ্ডল জয়ী।
  • বৰছলা সমষ্টিৰ বৰগাঁও জিলা পৰিষদৰ অধীনৰ পূৱ বৰগাঁও গাওঁ পঞ্চায়তত বিজেপিৰ ৩ গৰাকী প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰ পদত জয়ী।
  • কংগ্ৰেছৰ দুগৰাকী প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰ পদত জয়ী।
  • বৰগাঁও জিলা পৰিষদৰ সদস্য পদত বিজেপিৰ প্ৰাৰ্থী ৰিতুমণি দেৱী ১২০০ ভোটত অগ্ৰগতি লাভ কৰি আছে।
  • বৰছলা সমষ্টিৰ বিহগুৰি জিলা পৰিষদৰ অধীনৰ বাঁহবাৰী গাওঁ পঞ্চায়তত ৯ টা ৱাৰ্ডত বিজেপি ৱাৰ্ড মেম্বাৰ জয়ী,১ টা ৱাৰ্ড ত কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ জয়ী।
  • বৰছলা সমষ্টিৰ ডুমডুমা জিলা পৰিষদৰ নতুনপাম গাওঁ পঞ্চায়তত বিজেপিৰ ৫ গৰাকী ৱাৰ্ড মেম্বাৰ জয়ী।কংগ্ৰেছৰ ৪ গৰাকী আৰু এজিপিৰ এটা ৱাৰ্ড মেম্বাৰ জয়ী।
  • ঢেকিয়াজুলি সমষ্টিৰ নাহৰবাৰী জিলা পৰিষদৰ অধীনৰ ঠেলামৰা গাওঁ পঞ্চায়তত ৪ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগতে কংগ্ৰেছে 6 টা ৱাৰ্ডত জয়ী হৈছে।
  • বৰছলা সমষ্টিৰ গুপ্তেশ্বৰ জিলা পৰিষদৰ অধীনৰ গুপ্তেশ্বৰ গাওঁ পঞ্চায়তত সভাপতি পদত বিজেপিৰ প্ৰাৰ্থী দেৱকী বাউৰী বিজয়ী।
  • গুপ্তেশ্বৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপিৰ প্ৰাৰ্থী জাকিৰ হুছেইন জয়ী।
  • গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য পদত বিজেপিৰ প্ৰাৰ্থী নমিতা দাসে অগ্ৰগতি লাভ কৰি আছে।
  • গুপ্তেশ্বৰ গাওঁ পঞ্চায়তত ১০ টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে বিনাপ্ৰতিদ্বন্দ্বিতাৰে ৫ টা ৱাৰ্ড ত জয়ী ।
  • বৰ্তমান বাকী ৫ টা ৱাৰ্ডত বিজেপিৰ ৫ গৰাকী ৱাৰ্ড মেম্বাৰ বিজয়ী হৈছে।
  • দৰং মহাবিদ্যালয়ত চলি আছে ভোট গণনা।
  • জামুগুৰি গাঁও পঞ্চায়তত ৬ ৱাৰ্ড বিজেপি দখলত চাৰিটা কংগ্ৰেছৰ দখলত।
  • মাটিখোলাত কংগ্ৰেছৰ দখলত সাতটা বিজেপিৰ তিনিটা
  • টেঙানীত কংগ্ৰেছৰ সভাপতিকে ধৰি আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্য 9 গৰাকী কংগ্ৰেছ আৰু এগৰাকী বিজেপিৰ।
  • জামুগুৰিত কংগ্ৰেছৰ সভাপতিৰ জয়ী।
  • দেৰগাঁও জিলা পৰিষদৰ অৰ্ন্তগত ১ নং দেৰগাঁও গাঁও পঞ্চায়তৰ বৰ্তমানে ভোট গণনা চলি আছে । এই মূহূৰ্তত ৰ ভোট তথ্য এনে ধৰণৰ-
  • ১ নং ৱাৰ্ডত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী শংকৰ টুৰিয়ে জয় লাভ কৰিছে ।
  • ২ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পবিত্ৰ সিংহ জয় লাভ কৰিছে ।
  • ৫ নং ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থী নিজৰা বৰা জয় লাভ কৰিছে ।
  • ৬ নং ৱাৰ্ডত অগপ দলৰ প্ৰাৰ্থী মিতালী ভূঞা জয় লাভ কৰিছে ।
  • ৭ নং ৱাৰ্ডত কংগ্ৰেছদলৰ ৰুবি বৰা হাজৰিকা জয় লাভ কৰিছে ।
  • ৮ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী অভিজিৎ বৰা জয় লাভ কৰিছে ।
  • ৯ নং ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থী চমিৰ হাজৰিকা জয় লাভ কৰিছে ।
  • ১০ নং ৱাৰ্ডত বিজেপি দলৰ দিগান্ত দত্ত জয় লাভ কৰিছে ‌ ।
  • ৩ নং ৱাৰ্ডত বিজেপি ৰিন্ত ফুকন জয় লাভ কৰিছে ।
  • ৪ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী চিৰাটুন খাতোন জয় লাভ কৰিছে ।
  • এই মূহূৰ্তত লৈকে দেৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ভোট গণনা চলি আছে ।
  • শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছ দলৰ সভাপতি পদৰ প্ৰাৰ্থী আনোৱাৰ হুছেইন বহু ভোটত আগবাঢ়ি আছে ।
  • ১২ নং দৈয়াং জিলা পৰিষদৰ অৰ্ন্তগত মাটিখোলা পঞ্চায়তৰ বৰ্তমানে ভোট গণনা চলি আছে, এই মূহূৰ্তত ৰ ভোট তথ্য এনে ধৰণৰ —
  • ১ নং ৱাৰ্ডত bjp দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
  • ২ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
  • ৩ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী য়ে জয় লাভ কৰিছে ।
  • ৪ নং ৱাৰ্ডত bjp দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
  • ৫ নং ৱাৰ্ডত bjp য়ে জয় লাভ কৰিছে ।
  • ৬ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী য়ে জয় লাভ কৰিছে ।
  • ৭ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ জয় লাভ কৰিছে ।
  • ৮ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ জয় লাভ কৰিছে ‌ ।
  • ৯ নং ৱাৰ্ডত কংগ্ৰেছ জয় লাভ কৰিছে ।
  • ১০নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
  • এই মূহূৰ্তত লৈকে মাটি খোলা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ভোট গণনা চলি আছে ।
  • আঠগাঁও জিলা পৰিষদৰ অৰ্ন্তগত কমাবন্ধা পঞ্চায়তৰ বৰ্তমানে ভোট গণনা চলি আছে । এই মূহূৰ্তত ৰ ভোট তথ্য এনে ধৰণৰঃ
  • ১ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
  • ২ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
  • ৩ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী য়ে জয় লাভ কৰিছে ।
  • ৪ নং ৱাৰ্ডত bjp দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
  • ৫ নং ৱাৰ্ডত কংগ্ৰেছ য়ে জয় লাভ কৰিছে ।
  • ৬ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী য়ে জয় লাভ কৰিছে ।
  • ৭ নং ৱাৰ্ডত bjp দলৰ জয় লাভ কৰিছে ।
  • ৮ নং ৱাৰ্ডত bjp দলৰ জয় লাভ কৰিছে ‌ ।
  • ৯ নং ৱাৰ্ডত bjp জয় লাভ কৰিছে ।
  • ১০নং ৱাৰ্ডত bjp দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
  • এই মূহূৰ্তত লৈকে কমাৰবন্ধা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ভোট গণনা চলি আছে ।
  • দক্ষিণ শালমাৰা মানকাচৰ জিলাত 3 টা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফৰ কাউন্সিলাৰ আগবাঢ়ি আছে ।
  • ৩ টা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফৰ সভাপতি আগবাঢ়ি আছে ।
  • পানকাটা গাওঁ পঞ্চায়তত অগপৰ সভাপতি প্ৰাৰ্থী আগবাঢ়ি আছে ।
  • দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা পৰিষদত
  • দক্ষিণ শালমাৰা, সুখচৰ, ফেকামাৰী , কালাপানী, কাকৰিপাৰাত এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকলে আগবাঢ়ি আছে
  • ৰহাৰ ৬নং চাপৰমুখ গাওঁ পঞ্চায়তৰ ৯টা ৱাৰ্ডেই বিজেপিৰ দখলত। ৭নং ৱাৰ্ডটোহে পালে কংগ্ৰেছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in