New Update
- জাজৰী পঞ্চায়ত বিজেপিৰ , গৰাজান বিজেপি , দগাঁও ধিঙ কংগ্ৰেছৰ দখলত , টুকটুকী এ আই ইউ ডি এফৰ দখলত ।
- লেহেমিয়া গতিত কলিয়াবৰৰ ভোট গণনা। তৃতীয় ৰাউণ্ডহে সম্পূৰ্ণ ।
- বৰ্তমানৰলৈকে ফলাফল ঘোষিত হোৱা নাই ।
- কুঠৰি পঞ্চায়তত কংগ্ৰেছ । ৰহঢলাত বিজেপি । কঠালগুৰিত অগপ ।
- বৰঘূলিত কংগ্ৰেছৰ বিজয়ৰ হাঁহি ।
- ৬০০কৰ্মচাৰীয়ে চলাই আছে গণনা ।
- বৰছলা সমষ্টিৰ বিহগুৰি জিলা পৰিষদৰ অধীনৰ বাঁহবাৰী গাওঁ পঞ্চায়তত ৯ টা ৱাৰ্ডতে বিজেপিৰ প্ৰাৰ্থী জয়ী ।
- এটা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী।
- আনহাতে বৰছলা সমষ্টিৰ ডুমডুমা জিলা পৰিষদৰ নতুন পাম গাওঁ পঞ্চায়তত ৫ টা ৱাৰ্ডত বিজেপিৰ ৱাৰ্ড মেম্বাৰ জয়ী ।
- ৪ টা ৱাৰ্ডত কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ
- আৰু এটা ৱাৰ্ডত অগপৰ ৱাৰ্ড মেম্বাৰ জয়ী।
- ঢেকিয়াজুলি সমষ্টিৰ পাণবাৰী জিলা পৰিষদৰ অধীনৰ পাণবাৰী গাওঁ পঞ্চায়তত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী হেমন্তী তাঁতি বিজয়ী ।
- পাণবাৰী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বিজেপি প্ৰাৰ্থী শিৱচৰণ চাহু বিজয়ী ।
- লগতে ঢেকিয়াজুলি সমষ্টিৰ অমিয়পুৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী চানিকা গুৰিয়াই অগ্ৰগতি লাভ কৰি আছে।
- ঢেকিয়াজুলি সমষ্টিৰ অমিয়পুৰ জিলা পৰিষদ অধীনৰ অমিয়পুৰ গাওঁ পঞ্চায়তত সভাপতি পদত বিজেপিৰ প্ৰাৰ্থী জুলন নাথ জয়ী।
- অমিয়পুৰ গাওঁ পঞ্চায়তত ৬ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী জয়ী।
- ৩ টা ৱাৰ্ড ত অগপৰ প্ৰাৰ্থী জয়ী আৰু এটা ৱাৰ্ড ত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী।
- অমিয়পুৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপিৰ প্ৰাৰ্থী টুংকুলী মণ্ডল জয়ী।
- বৰছলা সমষ্টিৰ বৰগাঁও জিলা পৰিষদৰ অধীনৰ পূৱ বৰগাঁও গাওঁ পঞ্চায়তত বিজেপিৰ ৩ গৰাকী প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰ পদত জয়ী।
- কংগ্ৰেছৰ দুগৰাকী প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰ পদত জয়ী।
- বৰগাঁও জিলা পৰিষদৰ সদস্য পদত বিজেপিৰ প্ৰাৰ্থী ৰিতুমণি দেৱী ১২০০ ভোটত অগ্ৰগতি লাভ কৰি আছে।
- বৰছলা সমষ্টিৰ বিহগুৰি জিলা পৰিষদৰ অধীনৰ বাঁহবাৰী গাওঁ পঞ্চায়তত ৯ টা ৱাৰ্ডত বিজেপি ৱাৰ্ড মেম্বাৰ জয়ী,১ টা ৱাৰ্ড ত কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ জয়ী।
- বৰছলা সমষ্টিৰ ডুমডুমা জিলা পৰিষদৰ নতুনপাম গাওঁ পঞ্চায়তত বিজেপিৰ ৫ গৰাকী ৱাৰ্ড মেম্বাৰ জয়ী।কংগ্ৰেছৰ ৪ গৰাকী আৰু এজিপিৰ এটা ৱাৰ্ড মেম্বাৰ জয়ী।
- ঢেকিয়াজুলি সমষ্টিৰ নাহৰবাৰী জিলা পৰিষদৰ অধীনৰ ঠেলামৰা গাওঁ পঞ্চায়তত ৪ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগতে কংগ্ৰেছে 6 টা ৱাৰ্ডত জয়ী হৈছে।
- বৰছলা সমষ্টিৰ গুপ্তেশ্বৰ জিলা পৰিষদৰ অধীনৰ গুপ্তেশ্বৰ গাওঁ পঞ্চায়তত সভাপতি পদত বিজেপিৰ প্ৰাৰ্থী দেৱকী বাউৰী বিজয়ী।
- গুপ্তেশ্বৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপিৰ প্ৰাৰ্থী জাকিৰ হুছেইন জয়ী।
- গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য পদত বিজেপিৰ প্ৰাৰ্থী নমিতা দাসে অগ্ৰগতি লাভ কৰি আছে।
- গুপ্তেশ্বৰ গাওঁ পঞ্চায়তত ১০ টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে বিনাপ্ৰতিদ্বন্দ্বিতাৰে ৫ টা ৱাৰ্ড ত জয়ী ।
- বৰ্তমান বাকী ৫ টা ৱাৰ্ডত বিজেপিৰ ৫ গৰাকী ৱাৰ্ড মেম্বাৰ বিজয়ী হৈছে।
- দৰং মহাবিদ্যালয়ত চলি আছে ভোট গণনা।
- জামুগুৰি গাঁও পঞ্চায়তত ৬ ৱাৰ্ড বিজেপি দখলত চাৰিটা কংগ্ৰেছৰ দখলত।
- মাটিখোলাত কংগ্ৰেছৰ দখলত সাতটা বিজেপিৰ তিনিটা
- টেঙানীত কংগ্ৰেছৰ সভাপতিকে ধৰি আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্য 9 গৰাকী কংগ্ৰেছ আৰু এগৰাকী বিজেপিৰ।
- জামুগুৰিত কংগ্ৰেছৰ সভাপতিৰ জয়ী।
- দেৰগাঁও জিলা পৰিষদৰ অৰ্ন্তগত ১ নং দেৰগাঁও গাঁও পঞ্চায়তৰ বৰ্তমানে ভোট গণনা চলি আছে । এই মূহূৰ্তত ৰ ভোট তথ্য এনে ধৰণৰ-
- ১ নং ৱাৰ্ডত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী শংকৰ টুৰিয়ে জয় লাভ কৰিছে ।
- ২ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পবিত্ৰ সিংহ জয় লাভ কৰিছে ।
- ৫ নং ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থী নিজৰা বৰা জয় লাভ কৰিছে ।
- ৬ নং ৱাৰ্ডত অগপ দলৰ প্ৰাৰ্থী মিতালী ভূঞা জয় লাভ কৰিছে ।
- ৭ নং ৱাৰ্ডত কংগ্ৰেছদলৰ ৰুবি বৰা হাজৰিকা জয় লাভ কৰিছে ।
- ৮ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী অভিজিৎ বৰা জয় লাভ কৰিছে ।
- ৯ নং ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থী চমিৰ হাজৰিকা জয় লাভ কৰিছে ।
- ১০ নং ৱাৰ্ডত বিজেপি দলৰ দিগান্ত দত্ত জয় লাভ কৰিছে ।
- ৩ নং ৱাৰ্ডত বিজেপি ৰিন্ত ফুকন জয় লাভ কৰিছে ।
- ৪ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী চিৰাটুন খাতোন জয় লাভ কৰিছে ।
- এই মূহূৰ্তত লৈকে দেৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ভোট গণনা চলি আছে ।
- শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছ দলৰ সভাপতি পদৰ প্ৰাৰ্থী আনোৱাৰ হুছেইন বহু ভোটত আগবাঢ়ি আছে ।
- ১২ নং দৈয়াং জিলা পৰিষদৰ অৰ্ন্তগত মাটিখোলা পঞ্চায়তৰ বৰ্তমানে ভোট গণনা চলি আছে, এই মূহূৰ্তত ৰ ভোট তথ্য এনে ধৰণৰ —
- ১ নং ৱাৰ্ডত bjp দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
- ২ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
- ৩ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী য়ে জয় লাভ কৰিছে ।
- ৪ নং ৱাৰ্ডত bjp দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
- ৫ নং ৱাৰ্ডত bjp য়ে জয় লাভ কৰিছে ।
- ৬ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী য়ে জয় লাভ কৰিছে ।
- ৭ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ জয় লাভ কৰিছে ।
- ৮ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ জয় লাভ কৰিছে ।
- ৯ নং ৱাৰ্ডত কংগ্ৰেছ জয় লাভ কৰিছে ।
- ১০নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
- এই মূহূৰ্তত লৈকে মাটি খোলা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ভোট গণনা চলি আছে ।
- আঠগাঁও জিলা পৰিষদৰ অৰ্ন্তগত কমাবন্ধা পঞ্চায়তৰ বৰ্তমানে ভোট গণনা চলি আছে । এই মূহূৰ্তত ৰ ভোট তথ্য এনে ধৰণৰঃ
- ১ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
- ২ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
- ৩ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী য়ে জয় লাভ কৰিছে ।
- ৪ নং ৱাৰ্ডত bjp দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
- ৫ নং ৱাৰ্ডত কংগ্ৰেছ য়ে জয় লাভ কৰিছে ।
- ৬ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থী য়ে জয় লাভ কৰিছে ।
- ৭ নং ৱাৰ্ডত bjp দলৰ জয় লাভ কৰিছে ।
- ৮ নং ৱাৰ্ডত bjp দলৰ জয় লাভ কৰিছে ।
- ৯ নং ৱাৰ্ডত bjp জয় লাভ কৰিছে ।
- ১০নং ৱাৰ্ডত bjp দলৰ প্ৰাৰ্থী জয় লাভ কৰিছে ।
- এই মূহূৰ্তত লৈকে কমাৰবন্ধা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ভোট গণনা চলি আছে ।
- দক্ষিণ শালমাৰা মানকাচৰ জিলাত 3 টা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফৰ কাউন্সিলাৰ আগবাঢ়ি আছে ।
- ৩ টা গাওঁ পঞ্চায়তত এ আই ইউ ডি এফৰ সভাপতি আগবাঢ়ি আছে ।
- পানকাটা গাওঁ পঞ্চায়তত অগপৰ সভাপতি প্ৰাৰ্থী আগবাঢ়ি আছে ।
- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা পৰিষদত
- দক্ষিণ শালমাৰা, সুখচৰ, ফেকামাৰী , কালাপানী, কাকৰিপাৰাত এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকলে আগবাঢ়ি আছে
- ৰহাৰ ৬নং চাপৰমুখ গাওঁ পঞ্চায়তৰ ৯টা ৱাৰ্ডেই বিজেপিৰ দখলত। ৭নং ৱাৰ্ডটোহে পালে কংগ্ৰেছে।