এতিয়া কেৱল এখন নহয়, সকলো ৰাজ্যই ভিআইপিঃ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ…

এতিয়া কেৱল এখন নহয়, সকলো ৰাজ্যই ভিআইপিঃ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ…
  • মঙলবাৰে গোৰখপুৰত উপস্থিত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ।
  • এক সভাত অংশ ল'লে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত প্ৰশংসা কৰিলে মোডী চৰকাৰৰ।
  • উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-
  • 'প্ৰধানমন্ত্ৰী মোডী চৰকাৰত দেশবাসীয়ে ঘৰ লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ অধীনত।'
  • 'শৌচালয় লাভ কৰিলে স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে।'
  • 'উজ্বলা যোঁজনাৰ অধীনত লাভ কৰিলে ৰন্ধন গেছ।'
  • 'চিকিৎসালয়ৰ সুবিধা লাভ কৰিলে আয়ুষ্মান ভাৰত যোঁজনাৰ দ্বাৰা।'
  • 'এতিয়া কোনো এখন ৰাজ্যহে ভিআইপি নহয়, সকলো ৰাজ্যই ভিআইপি।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in