যিকোনো মুহূৰ্তত পতন ঘটিব উদ্ধৱ থাকৰে চৰকাৰঃ উপাধ্যক্ষলৈ একনাথ সিন্দেৰ পত্র…

যিকোনো মুহূৰ্তত পতন ঘটিব উদ্ধৱ থাকৰে চৰকাৰঃ উপাধ্যক্ষলৈ একনাথ সিন্দেৰ পত্র…
  • যিকোনো মুহূৰ্তত পতন ঘটিব উদ্ধৱ থাকৰে চৰকাৰ
  • মহাৰাষ্ট্র বিধানসভাৰ উপাধ্যক্ষলৈ একনাথ সিন্দেৰ পত্র
  • পত্রত ৩৭গৰাকী শিৱসেনা বিধায়কৰ স্বাক্ষৰ
  • একনাথ সিন্দেক সমৰ্থন ৭ গৰাকী নিৰ্দলীয় বিধায়কৰ
  • বিধায়িনী দলৰ নেতা হিচাপে সিন্দেক পুনৰ নিযুক্তিৰ আহ্বান
  • ভাৰতশেত গোগাৱালেক দলৰ মুখ্য হুইপৰূপে নিযুক্তিৰ আহ্বান
  • পত্রৰ প্রতিলিপি উপাধ্যক্ষ নৰহাৰী জিৰৱাললৈ প্রেৰণ
  • পত্র প্রেৰণ ৰাজ্যপাল ভগত সিং কোশিয়াৰীলৈ
  • বিধান পৰিষদৰ সচিব ৰাজেন্দ্র ভাগৱতলৈও পত্র প্রেৰণ
  • পূৰ্বে শিৱসেনাৰ বিধায়িনী দলৰ নেতাৰ পৰা অপসাৰণ কৰিছিল সিন্দেক
  • মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই অপসাৰণ কৰিছিল সিন্দেক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in