New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- জম্মু-কাশ্মীৰৰ বাৰমুল্লাত গ্ৰেপ্তাৰ দুই সন্ত্ৰাসবাদী।
 - চিৰআৰপিএফ, আৰ্মী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদী দুটা।
 - মঙলবাৰে পুৱাৰে পৰাই চিৰআৰপিএফ, আৰ্মী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে চলাইছিল এই অভিযান।
 - এটা বাসগৃহত সন্ত্ৰাসবাদী দুজনে আত্মগোপন কৰি থকাৰ গোপন খবৰৰ পিছতে চলোৱা হৈছিল অভিযান।
 - অভিযান কালত বহু পৰিমাণৰ অস্ত্ৰশস্ত্ৰ আৰু আপত্তিজনক নথি উদ্ধাৰ।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us