New Update
/asomiyapratidin/media/media_files/2025/12/02/384-2025-12-02-20-41-25.jpg)
- চিলাপথাৰৰ কুলাজনত ভয়ংকৰ দুৰ্ঘটনা।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন।
- আজি বিয়লি চিলাপথাৰ থানাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলাজানত সংঘটিত হয় এই দুৰ্ঘটনা।
- এখন কিয়া চেল্টছ আৰু এখন বাইকৰ মাজত সংঘটিত হয় ভয়ানক সংঘৰ্ষ ।
- Kia seltosগাড়ীখনৰ নম্বৰ AS0IES 1444 আৰু Glamour বাইকখনৰ নম্বৰ AS 04 2784।
- সংঘৰ্ষত বাইক আৰোহী তথা চিলাপথাৰ পতিৰিৰ মঞ্জুৰ কাৰ্দং (৪০) আৰু কাৰেং চাপৰিৰ পদ্মেশ্বৰ চুংক্ৰাঙ (৪০) গুৰুতৰভাৱে আহত হয়।
- ঘটনাত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় বাহন দুখন।
- আৰক্ষীয়ে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us