প্ৰতীকি ফটো
Published on :
Updated on :
- অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত নিহত দুই নক্সালবাদী।
- বিশাখাপট্টনমৰ বেডাবায়লুত পুৱতি নিশা অভিযান চলাইছিল ১৯৮ বেটেলিয়ান চিআৰপিএফ আৰু অন্ধপ্ৰদেশ আৰক্ষীয়ে।
- অভিযানৰ সময়ত নক্সালবাদীৰ গুলিচালনত আহত হয় এগৰাকী চি আৰ পি এফ জোৱান।
- আহত জোৱানজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
- আনহাতে নক্সালবাদীৰ গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ দি চিআৰপিএফ-আৰক্ষীয়ে কৰা গুলিচালনাত নিহত হয় দুজন নক্সালবাদী।
- নিহত দুই নক্সালবাদীৰ পৰা উদ্ধাৰ বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ।
Asomiya Pratidin
www.asomiyapratidin.in