New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/AoauI÷AoIiAaeAIIA±EAo-iAIuAEiAaA±delhi-police-marigaonjui-for-web-AP-full-no-ad-copy.jpg)
- হিমাচলপ্ৰদেশৰ মন্দি জিলাৰ হানোগী মন্দিৰৰ সমীপত ভূমিস্খলন।
- ভূমিস্খলনৰ ফলত তিনিখনকৈ বাহনৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড শিল।
- ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ২জনকৈ লোক।
- ইফালে, আহত হৈছে আন তিনিজন লোক।
- উল্লেখ্য যে, বাহন কেইখনে কুল্লুলৈ কঢ়িয়াই নি আছিল খাদ্য সামগ্ৰী আৰু শাক-পাচলি।