Published on:
Updated on:
- বিশ্বৰ তৃতীয় উচ্চ পৰ্বত কাঞ্চনজংঘাৰ শিখৰৰ সমীপত মৃত্যু দুই ভাৰতীয় পৰ্বতাৰোহীৰ।
- বৃহস্পতিবাৰে নেপালৰ এক সংবাদ মাধ্যমে প্ৰকাশ কৰে এই খবৰ।
- কাঞ্চনজংঘা পৰ্বতাৰোহণ কৰিবলৈ যোৱাৰ সময়তে মৃত্যুক আঁকোৱালি লয় পৰ্বতাৰোহী দুজনে।
- মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও শীতৰ বাবেই মৃত্যু ঘটাৰ সন্দেহ দুয়োজনৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in