বিপিএফৰ দুই নেতাক ৬বছৰৰ বাবে নিলম্বন...

দল বিৰোধী কাৰ্যত লিপ্ত হোৱা বাবেই বিপিএফৰ দুই নেতাক নিলম্বন। সদ্যসমাপ্ত পঞ্চম বিটিচি পৰিষদীয় নিৰ্বাচনত দল বিৰোধী কাৰ্য্যত লিপ্ত হৈছিল এই দুই নেতা। 

author-image
Asomiya Pratidin
New Update
470
  • দল বিৰোধী কাৰ্যত লিপ্ত হোৱা বাবেই বিপিএফৰ দুই নেতাক নিলম্বন।
  • সদ্যসমাপ্ত পঞ্চম বিটিচি পৰিষদীয় নিৰ্বাচনত দল বিৰোধী কাৰ্য্যত লিপ্ত হৈছিল এই দুই নেতা। 
  • তেওঁলোক হৈছে মুছলপুৰ ব্লক বিপিএফ দলৰ সাংগঠনিক সম্পাদক ৰিন্দাও বসুমতাৰী।
  • আনজন হৈছে সংখ্যালঘু কোষৰ সভাপতি জাহাংগীৰ আলম।
  • দুয়োগৰাকী নেতাক ছয় বছৰৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰা হয় ৷ 
  • এক সভা আহ্বান কৰি দুয়োকে নিলম্বন কৰাৰ কথা ৰাজহুৱা কৰে। 
  • তাৰোপৰি উক্ত সভাতে সৰ্বসন্মতিক্ৰমে মুছলপুৰ বিপিএফ দলৰ সভাপতি হিচাপে পুনৰ অনসুমৈ শুংগুৰ বড়োক দায়িত্ব দিয়ে ৷
বিপিএফ