New Update
/asomiyapratidin/media/media_files/2025/10/29/cfsdwsd-2025-10-29-18-22-06.jpg)
- জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SITৰ তদন্ত অব্যাহত
- সংবাদমাধ্যমৰ আগত SDGP মুন্না প্রসাদ গুপ্তাৰ গুৰুত্বপূৰ্ণ মন্তব্য
- ‘তদন্ত চলি আছে, বৰ্তমানলৈ ৯০জনতকৈ অধিক লোকৰ সাক্ষ্য গ্রহণ কৰা হৈছে’
- ‘কিছুমান বিহু কমিটীৰ ভাষ্যও লোৱা হৈছে’
- ‘ছিংগাপুৰ আৰক্ষী আমাৰ সৈতে সম্পৰ্কত আছে’
- ‘প্রয়োজন সাপেক্ষে আন আন নতুন মানুহ মতা হ’ব’
- ‘আজিৰ চাৰিখন বিহু কমিটীক মতা হৈছিল’
- ‘সময়মতে আমি তদন্ত প্রক্রিয়া শেষ কৰিম’
- ‘
- ‘১৯/২৫ কেছটোৰ বৰ্তমানো তদন্ত চলি আছে’
- ‘সাক্ষীসকলক আমি মাতি আছো, কিছু সাক্ষীৰ ভাষ্য ল’ব আছে’
- প্রয়োজন সাপেক্ষে আমি মাতিম : SDGP মুন্না প্রসাদ গুপ্তা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us