ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ।পদাতিক দিৱস উপলক্ষে শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । .অনুষ্ঠানত প্ৰতিৰক্ষা প্ৰধান (চিডিএছ) জেনেৰেল বিপিন ৰাৱাট উপস্থিত থাকে । সেনা প্ৰধান জেনেৰেল মনোজ মুকুণ্ড নৰভানে পদাতিক দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।