Published on:
Updated on:
- কৰ্ণাটকৰ মাংগালুৰুত ভয়ংকৰ দুৰ্ঘটনা।
- মাংগালুৰুৰ নানথুৰত এখন স্কুল বাছৰ ওপৰত বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ।
- দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা বাছখনৰ ভিতৰত থকা ১৭ টি শিশুৰ।
- সামান্য পৰিমাণে আহত হৈছে কেইটিমান শিশু।
- আহত কেইজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
- নেৰানেপেৰা বৰষুণৰ বাবেই গছডাল বাগৰি পৰা সন্দেহ কৰা হৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in