উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্রেছ লাইনচ্যুত

নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত অঘটন। উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্রেছ লাইনচ্যুত। ইঞ্জিনৰ পৰা দবাচ্যূত হৈ প্রায় ৪ কিঃ মিঃ আঁতৰি যোৱাত হাহাকাৰ যাত্রীৰ। প্রায় এঘণ্টাৰ মূৰত দবাৰ সৈতে ইঞ্জিন সংযোগ কৰি ৰাওনা ৰে’লখন।

author-image
Asomiya Pratidin
New Update
দবাচ্যূত জনশতাব্দী এক্সপ্রেছ

দবাচ্যূত জনশতাব্দী এক্সপ্রেছ

  • নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত অঘটন
  • উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্রেছ লাইনচ্যুত
  • ইঞ্জিনৰ পৰা দবাচ্যূত হৈ প্রায় ৪ কিঃ মিঃ আঁতৰি যোৱাত হাহাকাৰ যাত্রীৰ
  • প্রায় এঘণ্টাৰ মূৰত দবাৰ সৈতে ইঞ্জিন সংযোগ কৰি ৰাওনা ৰে’লখন
  • পুনৰ একেখন ৰে’ল হাৰমতী জংছনৰ পৰা কিছূ দূৰত লাইনচ্যুত
  • টিপলিং অভাৰব্রীজৰ ওচৰত ইঞ্জিনৰ পৰা বিচ্ছিন্ন দবা
  • দূৰ্ঘটনাগ্ৰস্ত ৰে'ল খনৰ নম্বৰ ১২১৭৮
দবাচ্যূত জনশতাব্দী