টিপকাই ৰে'ল ষ্টেচনত মৰ্মান্তিক ঘটনা

পৰ্বতঝোৰাৰ টিপকাই ৰে'ল ষ্টেচনত মৰ্মান্তিক ঘটনা। যাত্ৰীবাহী ৰে'লৰ খুন্দাত থিতাতে নিহত এজন ব্যক্তি।

author-image
Asomiya Pratidin
New Update
126
  • পৰ্বতঝোৰাৰ টিপকাই ৰে'ল ষ্টেচনত মৰ্মান্তিক ঘটনা।
  • যাত্ৰীবাহী ৰে'লৰ খুন্দাত থিতাতে নিহত এজন ব্যক্তি।
  • ব্যক্তিজন টিপকাৰ শুকুমাৰ ৰায় বুলি জানিব পৰা গৈছে।
  • ৰে'লপথৰে খোজকাঢ়ি গৈ থকা অৱস্থাত ৰে'লে মহতিয়াই নিয়ে লোক জনক।
  • ৰে'লখন গোলকগঞ্জৰ পৰা গুৱাহাটী অভিমুখে আছিল।
  • ঘটনাস্থলীত ৰে'লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
  • মৃত্যুদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ কৰে ।
ৰে'ল ষ্টেচন