বাঘবৰালীত গাঁৱত শোকাৱহ দুৰ্ঘটনা

পোহনীয়া জন্তুক পানী খুৱাবলৈ গৈ ৰে'লৰ ইঞ্জিনৰ খুন্দাত মৃত্যু হয় গটঙাৰ নুৰ মহম্মদ নামৰ লোকজনৰ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • চামগুৰিৰ বাঘবৰালীত গাঁৱত শোকাৱহ দুৰ্ঘটনা ।
  • ৰে'লৰ ইঞ্জিনৰ চেপাত নিহত এজন স্থানীয় লোক।
  • পোহনীয়া জন্তুক পানী খুৱাবলৈ গৈ ৰে'লৰ ইঞ্জিনৰ খুন্দাত মৃত্যু হয় গটঙাৰ নুৰ মহম্মদ নামৰ লোকজনৰ।
  • ঘটনাস্থলীত উপস্থিত চামগুৰি আৰক্ষী।
চামগুৰি