মুখ্য-পৃষ্ঠা টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ সোণৰ পদক… টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ সোণৰ পদক… asomiyapratidin 30 Aug 2021 08:47 IST Follow UsNew Updateপুৱাই টকিঅ পেৰা অলিম্পিকৰ পৰা আহিল এটা ভাল খবৰ। ভাৰতে অৰ্জন কৰিলে প্ৰথমটো সোণৰ পদক।শ্বুটিঙত সোণৰ পদক লাভ কৰিছে অৱনী লেখৰাই।সোণৰ পদক অৰ্জন কৰা অৱনী হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।অৱনীক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক