New Update
/asomiyapratidin/media/media_files/2026/01/29/15-2026-01-29-08-47-41.jpg)
- আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ
- নিশা ৯-০০ বজাত গুৱাহাটীত অৱতৰণ কৰিব মন্ত্ৰীগৰাকীৰ বিমান।
- কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আদৰি অনা হ’ব তেওঁক।
- ভাগ ল’ব কেইবাটাও অভিলাষী প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধনী অনুষ্ঠানত।
- ডিব্ৰুগড় জিলাৰ দিনজানত শিলান্যাস কৰিব বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ।
- উত্তৰ- পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হৈছে এই প্ৰকল্প।
- শিলান্যাস পৰ্বত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিব সতীৰ্থ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- তাৰোপৰি উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us