ৰাজ্যত পুনৰ নতুনকৈ গঠন হ’ব ৫ নতুন কমাণ্ডো বেটেলিয়ান

ৰাজ্যত পুনৰ নতুনকৈ গঠন হ'ব কামাণ্ডো। ৫ টাকৈ নতুন বেটেলিয়ান কামাণ্ডো কৰিব গঠন।

author-image
Asomiya Pratidin
New Update
image (36)
  • ৰাজ্যত পুনৰ নতুনকৈ গঠন হ'ব কামাণ্ডো 
  • ৫ টাকৈ নতুন বেটেলিয়ান কামাণ্ডো কৰিব গঠন 
  • অস্ত্ৰ ভাণ্ডাৰৰ আধুনিক সুব্ধাৰে নিৰ্মাণ হ'ব এই নতুন বেটেলিয়ান
  • বেটেলিয়ানত থাকিব অস্ত্ৰ প্ৰশিক্ষণৰ অত্যাধুনিক সা-সুবিধা 
  • প্ৰসাশনিক ভৱন, বেৰেকৰ লগতে সমৰকলা প্ৰশিক্ষণৰ অত্যাধুনিক ব্যৱস্থা থাকিব 
  • সশস্ত্ৰ আৰক্ষী বেটেলিয়ালৰ বাবে ব্যৱস্থা কৰা হ'ব বাধ্যতামূলক ছুটিৰ 
  • উন্নত ফলাফলৰ বাবে ৫ টাকৈ নতুন বেটেলিয়ান কামাণ্ডোৰ স্থান নিৰ্ধাৰণ হ'ব 
  • আৰক্ষী আৰু পৰিয়ালৰ বাবে নিৰ্মাণ কৰিব ১০,০০০টা নতুন গৃহ 
  • সময়ত পদোন্নতি নিশ্চিত কৰিবলৈ সবলীকৰণ কৰিব পদোন্নতি প্ৰক্ৰিয়াৰ
অসম