/asomiyapratidin/media/media_files/2025/12/21/whatsapp-image-2025-12-21-22-40-46.jpeg)
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ যুৱ লেখক সন্মান ঘোষণা। ৮১৮গৰাকী ৪০ অনুৰ্ধ্ব যুৱ লেখক-লেখিকালৈ যুৱ লেখক সন্মান ঘোষণা।গ্ৰন্থবৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপ। ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত 'অসম গ্ৰন্থমেলা' প্ৰাংগণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব এই সন্মান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/a634951a-cfb7-4bfb-a6e1-f53f204647cf-2025-12-21-22-37-59.jpeg)
উল্লেখ্য যে, অসমীয়া, বাংলা, বড়ো ভাষাত সাহিত্য চৰ্চা কৰা যুৱ লেখকলৈ সন্মান। লগতে মিচিং, কাৰ্বি, নেপালী, অন্য জনগোষ্ঠীয় ভাষাৰ যুৱ লেখকলৈও সন্মান ঘোষণা। সাদিন-প্ৰতিদিন গোষ্ঠীৰ তিনিগৰাকীলৈ যুৱ লেখক সন্মান ঘোষণা কৰে। প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়ালৈ যুৱ লেখক সন্মান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/40601744-bf36-40e4-8bf4-5e2f585e1fe5-2025-12-21-22-38-19.jpeg)
আনপিনে প্ৰতিদিন টাইমৰ প্ৰাণজিৎ নেওগলৈ যুৱ লেখক সন্মান ঘোষণা কৰে। অসমীয়া প্ৰতিদিনৰ ৰঞ্জিত পাটগিৰিয়েও লাভ কৰিছে এই সন্মান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/9a5bce9a-a8ac-4e11-adc1-fed4d670d642-2025-12-21-22-38-49.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us