/asomiyapratidin/media/media_files/2025/12/07/vvddffdfdfdf-2025-12-07-11-10-36.jpg)
ডিজিটেল সংবাদ, ঘিলাধাৰীঃ শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘ যুৱ সংগঠন কেন্দ্ৰীয় সেনা বাহিনীৰ উদ্যোগত তিতাবৰ জিলা শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত সদৌ অসম প্ৰাইজমানি মুকলি মাৰাথান দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/capturevfvfvcvcv-2025-12-07-11-13-19.jpg)
বৰহোলা চাৰিআলিত আৰম্ভ হোৱা এই দৌৰ প্ৰতিযোগিতা তিতাবৰ ষ্টেচন তিনিআলিত সামৰণি পৰে ৷ ২১ কিঃমিঃ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ আৰম্ভ কৰে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই৷
ঠেঙাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ভকত-বৈষ্ণৱৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তিনিশৰো অধিক দৌৰবিদে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us