/asomiyapratidin/media/media_files/2025/10/31/rwer4e54e-2025-10-31-12-13-57.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাজ্যৰ অন্যান্য ছবিগৃহ সমূহৰ লগতে ধুবুৰীতো জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমা খন চোৱাৰ বাবে আজি পুৱাৰে পৰাই দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ধুবুৰী জিলাৰ বিষ্ণু ট'কিজ ছবিগৃহত ভিৰ কৰিলেহি জুবিন অনুৰাগীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/31/uyuyuyu-2025-10-31-12-11-35.jpg)
ইফালে, শুভমুক্তিৰ প্ৰথম দৰ্শনীৰ পূৰ্বে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অনুৰাগীয়ে। দৰ্শক সকলে মায়াবীনি গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰাণৰ শিল্পীগৰাকীক। আজি পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনীত ছবিগৃহটোৰ ৪৬৯খন আসন ভৰ্তি হৈ পৰে। উল্লেখযোগ্য যে, প্ৰায় ত্ৰিশ বছৰৰ পিছত অসমীয়া ছবি ধুবুৰী ছবিগৃহত হাউছফুল হোৱা দেখা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us