মহানগৰীত চোৰৰ উপদ্রৱঃ লকাৰ ভাঙি লৈ যায় নগদ ধন, সোণ-ৰূপৰ অলংকাৰ

মহানগৰীত ভেটাপাৰা চাৰিআলিত চোৰৰ উপদ্রৱ। নটৰাজ জুৱেলেৰীত চোৰৰ লুটপাত।

author-image
Asomiya Pratidin
New Update
image (11)
  • মহানগৰীত ভেটাপাৰা চাৰিআলিত চোৰৰ উপদ্রৱ
  • নটৰাজ জুৱেলেৰীত চোৰৰ লুটপাত
  • ওপৰৰ টিন কাটি ভিতৰত সোমাই লণ্ডভণ্ড কৰে বহু মূল্যৱান সামগ্রী
  • CCTV নষ্ট কৰি লকাৰ ভাঙি লৈ যায় নগদ ধন, সোণ-ৰূপৰ অলংকাৰ
  • ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
চোৰ