New Update
/asomiyapratidin/media/media_files/2026/02/12/106-2026-02-12-16-23-49.jpg)
- ধুবুৰী জিলাৰ গৌৰীপুৰত দুই চিলনী চোৰসহ এজন দোকানীক আটক।
- গৌৰীপুৰত তিনি চিলনী চোৰে চলাই আছিল চোৰৰ সন্ত্ৰাস।
- বিভিন্ন প্ৰান্তত চিলনী চোৰ তিনিটাই চলাই আছিল সন্ত্ৰাস।
- বিভিন্ন জনৰ আ -অলংকাৰলৈ উধাও হোৱাৰ লগতে জুৱেলাৰীৰ পৰা চুৰি কৰাৰো অভিযোগ।
- গৌৰীপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নেত্ৰ কমল বৰাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায়।
- আটকাধীন লোক কেইগৰাকী হৈছে ছপিয়ৰ ৰহমান (স্বৰ্ণৰ দোকানী) আৰু দুই চিলনী চোৰ ক্ৰমে দুই ভাতৃ ৰেজাউল হক আৰু ছাদ্দাম আলী।
- উল্লেখ্য যে, ছপিয়ৰ ৰহমান নামৰ ব্যক্তিগৰাকীয়ে চুৰি কৰা সামগ্ৰীসমূহ ক্ৰয় কৰি আছিল।
- বৰ্তমানে গৌৰীপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us