New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/39fd32ba-809a-4f18-8a85-bcbd7e7744d9.jpg)
- শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন নকৰে দেশবাসীক।
- কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই স্পষ্ট কৰি দিছে এই কথা।
- উল্লেখ্য যে, শনিবাৰে নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে লকডাউনৰ সন্দৰ্ভত দেশবাসীক সম্বোধন কৰিব বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰচাৰ হৈছিল।
- ছ'চিয়েল মিডিয়াতো এই সম্পৰ্কত হৈছিল তীব্ৰ চৰ্চা।
- ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই সদৰি কৰিছে এই তথ্য।
- এই সম্পৰ্কত এ এন আইয়েও টুইটাৰত কৰিছে এক আপডেট।