শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন নকৰে দেশবাসীক…

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন নকৰে দেশবাসীক…
  • শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন নকৰে দেশবাসীক।
  • কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই স্পষ্ট কৰি দিছে এই কথা।
  • উল্লেখ্য যে, শনিবাৰে নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে লকডাউনৰ সন্দৰ্ভত দেশবাসীক সম্বোধন কৰিব বুলি একাংশ সংবাদমাধ্যমত বাতৰি প্ৰচাৰ হৈছিল।
  • ছ'চিয়েল মিডিয়াতো এই সম্পৰ্কত হৈছিল তীব্ৰ চৰ্চা।
  • ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই সদৰি কৰিছে এই তথ্য।
  • এই সম্পৰ্কত এ এন আইয়েও টুইটাৰত কৰিছে এক আপডেট।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in