New Update
/asomiyapratidin/media/media_files/2025/07/27/whatsapp-image-2025-07-27-20-17-53.jpeg)
- নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত মহিলা গেঙৰ চুৰিকাণ্ড
- ভক্তৰ মোবাইল, মানিবেগ চুৰিত নামি পৰিছে মহিলা গেংটো
- মন্দিৰ দৰ্শন কৰাৰ চলেৰে ভক্তৰ সামগ্ৰী চোৰ কৰে গেংটোৱে
- শাওনৰ মাহত মহামৃত্যুঞ্জয় মন্দিৰত ভক্তৰ ভিৰৰ সুবিধা গ্ৰহণ গেংটোৰ
- বহিঃৰাজ্যৰ মহিলাৰ এই কাণ্ডত বিপদত পৰিছে মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকল
- পুৰণিগুদাম আৰক্ষীয়ে ইতিমধ্যেই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us