New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/jammu-ex-opmshermnn-3-copy.jpg)
- কাশ্মীৰত আৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী।
- নিহত সন্ত্ৰাসবাদীটোৰ নাম ছামিম ছফী বুলি জানিব পৰা গৈছে।
- নিহত সন্ত্ৰাসবাদীটো জেইছ-ই-মহম্মদৰ সদস্য বুলি জানিব পৰা গৈছে।
- উল্লেখ্য যে, ২০০৪চনতো গ্ৰেপ্তাৰ কৰা হৈছিল এই সন্ত্ৰাসবাদীটোক।
- গ্ৰেপ্তাৰ কৰাৰ পাছত ২ বছৰৰ বাবে কাৰাগাৰত আছিল সন্ত্ৰাসবাদীটো।
- এই সকলো কথা জনাইছে কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us