New Update
/asomiyapratidin/media/media_files/2025/11/13/whatsapp-ima-2025-11-13-21-29-18.jpeg)
ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে জনায়। আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-
- অসম মালা আঁচনিৰ তৃতীয় সংস্কৰণত অনুমোদন ৰাজ্যিক কেবিনেটৰ
- এই আঁচনিৰ জৰিয়তে অসমত হ'ব ৮৮৩ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম
- ইয়াৰ বাবে ৩২১৭ কোটি টকাৰ অনুমোদন
- নেহৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণৰ বাবে ৭৬৫ কোটি টকাৰ অনুমোদন
- লিডু-নামদাঙত হ’ব এখন নতুন সংৰক্ষিত বনাঞ্চল
- মথাউৰি নিৰ্মাণৰ বাবে নতুন পলিচীত কেবিনেটত অনুমোদন
- ২০২৬ বৰ্ষৰ বন্ধৰ দিনত অনুমোদন ৰাজ্য চৰকাৰৰ
- ১৯টা দিন হ’ব এন আই এক্টৰ অধীনত বন্ধৰ দিন
- মাতৃ-পিতৃৰ বন্দনাৰ ছুটীৰ দিন আগতীয়াকৈ ঘোষণা
- জুলাই মাহৰ ৯,১০,১১,১২ আৰু ২৩,২৪,২৫,২৬ জুলাইত লাভ কৰিব ছুটী
- মাতৃ-পিতৃ বন্দনাৰ ছুটী শিক্ষকসকলে গৰমৰ বন্ধৰ পিছত লাভ কৰিব
- নেলী হত্যাকাণ্ডৰ তদন্তৰ প্রতিবেদনৰ হাৰ্ড কপি, ছ’ফ্ট কপি লাভ কৰিব
- বিধানসভা অধিৱেশনৰ প্রথম দিনাই ত্রিভূৱন প্রসাদ তিৱাৰী কমিছনৰ প্রতিবেদন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us