/asomiyapratidin/media/media_files/2025/10/18/ujjjd-2025-10-18-12-46-48.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ গুৱাহাটী ৰ'টাৰী ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ। ক্লাবটোৱে নন পফিট অগ্ৰেনাইজেশ্যন 'ঔম শান্তি'ক প্ৰদান কৰে এটা কল্ড কফিন। যোৱা ১৭অক্টোবৰত হোটেল ৰাজধান ৰিজেন্সীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই কল্ড কফিন প্ৰদান কৰে সংস্থানটোক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/18/19b043d3-2060-45b8-9d1d-d859e1126d4c-2025-10-18-12-44-15.jpg)
এই অনুষ্ঠানটোত উপস্থিত আছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা, জ্যেষ্ঠ অধিবক্তা সত্যন শৰ্মা, বিনোদ ভট্টাৰ দৰে বিশিষ্ট লোকসকল। আনহাতে এই কল্ড কফিনটো গ্ৰহণ কৰি ঔম শান্তি সংস্থাৰ বিষয়ববীয়াসকলে ৰ'টাৰী ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে আৰু আগন্তুক সময়ত এই উপহাৰ যথেষ্ট কামত আহিব বুলিও মন্তব্য ৰাখে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/18/a98f8741-0ea1-4e31-a8f4-c3bb271115bd-2025-10-18-12-44-25.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us