/asomiyapratidin/media/media_files/2025/09/26/436-2025-09-26-11-49-35.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে বি টি আৰ নিৰ্বাচনৰ ভোটগণনা। কেইবাটাও কেন্দ্ৰত পুৱাৰে পৰা চলি আছে ভোটগণনা। ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে। প্ৰথম ৰাউণ্ডৰ শেহতীয়া খবৰ অনুসৰি বিটিআৰৰ কেইবাটাও সমষ্টিত বিপিএফৰ সমান্তৰালকৈ বিজেপিয়েও অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।
আমাৰ হাতত পৰা কেইবাটাও সমষ্টিৰ শেহতীয়া তথ্য অনুসৰি ফলাফলসমূহ এনেধৰণৰ-
প্ৰথম ৰাউণ্ডৰ অন্তত ৪০ নং ৰৌতা এছ টি সমষ্টি
বিপিএফ- চৰণ বড়ো ৩৭৬৩
ইউ পি পি এল- ড০ নিলোৎ স্বৰ্গীয়াৰী ৩২৬৪
কংগ্ৰেছ- চোৰাংচা দৈমাৰী ৮২
৩৮ নং ভৈৰৱকুণ্ড এছ টি
বিজেপি- মিনন মুছাহাৰী ১০৫৭
বিপিএফ- ৰিহন দৈমাৰী ১১৪১
ইউ পি পি এল- গোবিন্দ বসুমতাৰী ১০০৩
৩৭ নং ধনশ্ৰী এছ টি সমষ্টি
বিপিএফ- ফ্ৰেছ মুছাহাৰী ৪০৩০
ইউ পি পি এল - ৰুজুগ্রা মুছাহাৰী ২১৯৫
কংগ্ৰেছ- ৰিলন মুছাহাৰী ৩০৯
৩৯ নং পাচনৈ চেৰফাং সমষ্টি
বিজেপি- দিপক মৌৰ ১৪৪৯
বিপিএফ - শ্যাম চুণ্ডী ১০৬৮
ইউ পি পি এল- ৰামকৰণ গৌড় ৩০২
নির্দলীয়- ৰাজু ধাকাল ৯২০
জয় ভাৰত পাৰ্টী- সুমিত মিঞ্জ ১৪১৭
২২ নং ককলাবাৰী (বাক্সা) পৰিষদীয় সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ফলাফল
ইউ পি পি এল ৩০৫৫
বিপিএফ ২৪৪১
বিজেপি- ২৬২৩
২৫ নং বাগানপাৰা (বাক্সা) পৰিষদীয় সমষ্টিৰ ফলাফল
বিজেপি ৩১৩৬
বিপিএফ ১৬৯১
ইউ পি পি এল-২৯৮১
ননৈ চেৰফাং সমষ্টি
বিজেপি ১০৯২
বি পি এফ ৬৭৮
তৃণমূল কংগ্ৰেছ ১৫৪২
জয় ভাৰত ১৪০৯
ইউ পি পি এল ৪৪২
দোতমা সমষ্টি
বিজেপি ২৩৪২
ইউপিপিএল ১৩২৩
বিপিএফ ১০৯২