/asomiyapratidin/media/media_files/2025/11/21/whatsapp-image-2025-11-21-14-26-49.jpeg)
ডিজিটেল সংবাদ,বজালীঃ বজালীৰ পাঠশালাত ভাষণৰ মাজতেই কৃষি বিষয়াক ধমক মন্ত্ৰী ৰণজিৎ দাসৰ। কৃষকৰ মাজত আলুৰ বীজ বিতৰণৰ পিছত কিমান ফচল উৎপাদিত হৈছিল তাৰেই ভুল তথ্য প্ৰদান কৰিছিল মন্ত্ৰী দাসক। তাৰ পাছত পৰিস্থিতি হৈ পৰে অধিক উত্তপ্ত । আনপিনে বৰপেটা জিলা কৃষি বিষয়া মুনীন্দ্ৰ বসুমতাৰীয়ে মন্ত্ৰী ৰণজিৎ দাসক প্ৰদান কৰিছিল এই ভুৱা তথ্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/image-2025-11-21-14-28-04.png)
উল্লেখ্য যে বজালীৰ পাঠশালাত মহকুমাহ কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰিৱৰ্তে স্থাপিত হ'ল কৃষি বিভাগৰ বজালী জিলা কৃষি বিষয়াৰ কাৰ্যালয়। আনপিনে কাৰ্যালয়ৰ গৃহ উন্মোচন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। পূৰ্বতে পাঠশালাত আছিল পাঠশালা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/image-1-2025-11-21-14-29-29.png)
তাৰোপৰি ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া ৰূপে দায়িত্ব প্ৰদান কৃষি বিষয়া ভুমিধৰ দত্তক। কৃষকসকলক সৰিয়হ খেতি বৃদ্ধিৰ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ চৰকাৰে ধানৰ দৰেই ক্ৰয় কৰিব সৰিয়হ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us