শ্রীকাকুলমত পদপিষ্টৰ ঘটনা

অন্ধ্রপ্রদেশৰ শ্রীকাকুলমত পদপিষ্টৰ ঘটনা কাশীবুগ্গাৰ ভেংকটেশ্বৰ মন্দিৰত পদপিষ্ট হৈ ৯জনৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • অন্ধ্রপ্রদেশৰ শ্রীকাকুলমত পদপিষ্টৰ ঘটনা
  • কাশীবুগ্গাৰ ভেংকটেশ্বৰ মন্দিৰত পদপিষ্ট হৈ ৯জনৰ মৃত্যু
  • নিহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলা
  • ঘটনাত আন কেইবাজনো আহত
  • মন্দিৰত উপস্থিত হৈছে প্রশাসনৰ লোক আৰু উদ্ধাৰকাৰী দল
অন্ধ্ৰপ্ৰদেশ