মুখ্য-পৃষ্ঠা
গণেশ পূজাৰ মণ্ডপত চন্দ্ৰযান-২… চাওঁক VIDEO
- ইছৰ'ৰ লগতে দেশবাসীৰ চকু নিবদ্ধ চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ ওপৰত।
- চন্দ্ৰযান-২ মিছনৰ প্রভাৱ দেখা গৈছে গণেশ চতুৰ্থীতো।
- মুম্বাইত গণেশ চতুৰ্থী উপলক্ষে পূজা-অৰ্চনাৰ আয়োজন।
- পিছে ভগৱান গণেশৰ মূৰ্তিৰ পাছফালে দেখা গৈছে চন্দ্ৰযান-২ৰ দৃশ্য।
- শ শ ভক্তই আগবঢ়াইছে পূজা-অৰ্চনা।
- উল্লেখ্য যে, বৃহস্পতিবাৰে ভগৱান গণেশৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হ'ব।