Published on:
Updated on:
- মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থাকৰে নেতৃত্বাধীন চৰকাৰৰ কেবিনেট বৈঠক আৰম্ভ।
- মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ পাছত এইখনে প্রথমখন কেবিনেট বৈঠক।
- মুম্বাইৰ সাহ্যাদ্ৰী অতিথিশালাত অনুষ্ঠিত কৰা হৈছে এই বৈঠকখন।
- ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেসহ উপস্থিত কেবিনেট মন্ত্ৰীসকল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in